যোগ প্ৰতিযোগিতাত নগাঁৱৰ ১৭ জনীয়া দল…

যোগ প্ৰতিযোগিতাত নগাঁৱৰ ১৭ জনীয়া দল…

ডিজিটেল সংবাদ,নগাঁও: বৃহস্পতি বাৰৰ পৰা ডিব্ৰুগড়ত আৰম্ভ হ'ব লগা আন্ত:জিলা যোগাসন প্ৰতিযোগিতাৰ বাবে নগাঁৱৰ দলটি ৰাওনা হৈছে ৷ প্ৰতিযোগিতা খনিৰ বাবে ১৭ গৰাকী প্ৰতিযোগী নিৰ্বাচিত কৰি প্ৰেৰণ কৰিছে নগাঁও জিলা যোগাসন স্পৰ্টছ এচোচিয়েচনে৷ প্ৰতিযোগিতাখনত পাঁচটা শাখাত অংশগ্ৰহণ কৰিব নগাঁৱৰ প্ৰতিযোগি সকলে৷ ডিব্ৰুগড়ৰৰ মন্থন বিদ্যা নিকেতনত হ'ব লগা প্ৰতিযোগিতা খনিত ২৬ খন জিলাৰ দলে অংশ গ্ৰহণ কৰিব৷ নগাঁৱৰ দলটোৰ তত্বাবধায়ক হিচাপে আছে মুন দাস , বিশ্বদীপ শইকীয়া(দাদু),সঞ্জীব দাস, নিলিমা ৰয় মালাকাৰ, সুৰনঞ্জন দেব নাথ, অনুপম দেবনাথ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in