শেহতীয়া খবৰ
ৰাজ্যত আকৌ ১৯জন কোৰোনা পজিটিভ...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  উত্তৰাখণ্ডৰ গংগোত্ৰীৰ স্বামী অজয় যোগীৰ বটদ্ৰৱা থান দৰ্শন...  •  ধেমাজি গ্ৰন্থ উৎসৱ-২০২১ৰ ষষ্ঠ দিনৰ কাৰ্যসূচী...  •  চাউলখোৱাত অসম সাহিত্য সভাৰ সাংস্কৃতিক মৈত্ৰীবন্ধন আৰু ভাৱ বিনিময় অনুষ্ঠানৰ আয়োজন...  •  ধুবুৰী আৱৰ্ত ভৱনৰ সভাকক্ষত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকক উপহাৰ বিতৰণ কাৰ্যসূচী...  •  বিশিষ্ট সাহিত্যিক-সমাজ সেৱিকা এলী আহমেদলৈ ‘নেতাজী গৰিমা’ বঁটা...  •  উৰিয়ামঘাটত শিশু অপহৰণ, দুষ্ট চক্ৰ জড়িতৰ সন্দেহ আৰক্ষীৰ...  •  গৰৈমাৰী-সোণতলীত জি কে এছ প্ৰেছ ক্লাবৰ উদ্যোগত 'সাংবাদিকৰ সজাগতা যাত্ৰা'...

নাগালেণ্ডত নতুনকৈ ১৯ জন লোকৰ দেহত কোৰোনা

102
  • নাগালেণ্ডত নতুনকৈ ১৯ জন লোকৰ দেহত কোৰোনা।
  • এইসকল লোক নতুনকৈ সোমবাৰে আক্ৰান্ত হৈছে।
  • নাগালেণ্ডৰ স্বাস্থ্য বিভাগে এই কথা সদৰি কৰিছে।
  • ইফালে ১৯জন লোকৰ সৈতে আক্ৰান্তৰ মুঠ সংখ্যা ৪৩৪ জনলৈ বৃদ্ধি।
  • ইতিমধ্যে আৰোগ্য হৈছে ১৬৪ জন লোক।
  • চিকৎসাধীন হৈ আছে ২৭০ জন লোক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি