শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

নাগালেণ্ডৰ পুংগ্ৰ বিধানসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী টি য়াংচিয় ছাংটাম বিজয়ী…

87

ডিজিটেল সংবাদ,বেকাজান : নাগালেণ্ডৰ কিফিৰি জিলাৰ ৬০ পুংগ্ৰ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী টি য়াংচিয় ছাংটামে জয়ী হৈছে । আজি ঘোষণা কৰা ফলাফলত নিৰ্দলীয় প্ৰাৰ্থী য়াংচিয় ছাংটামে অন্য নিৰ্দলীয় প্ৰাৰ্থী এছ কিউছিউমিউ য়িমছুংগাৰক তীব্ৰ প্ৰতিদ্বন্দিতা অন্ত ১৪১৬ টা ভোটতত পৰাজিত কৰে ।

বিজয়ী য়াংচিয় ছাংটাম ৮৫৭২ টা ভোট লাভ কৰাৰ বিপৰীতে এছ কিউছিউমিউ য়িমছুংগাৰে লাভ কৰে ৭১৫৬ টা ভোট উল্লেখযোগ্য যে পুংগ্ৰ সমষ্টিত নেইফিউ ৰিঅৰ এন ডি পি পি দল আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী লিৰিমংগ ছাংটামে লাভ কৰে ৫৫০৬ টা ভোট

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি