শেহতীয়া খবৰ
বেলটত বন্দী হ'ল ২২নং মেৰবিল নাহৰকটীয়া ঠেঙাল কছাৰী স্বায়ত্ব শাসিত সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ ভাগ্য...  •  ব্যতিক্ৰম দৰাঃ বিবাহস্থলীত অতিথি অপ্যায়নৰ পৰিৱৰ্তে ব্যস্ত ৰক্ত দানত...  •  ভাস্কৰ্য শিল্পী দেৱকৃষ্ণ বৰুৱাৰ মহানুভৱতাত উজ্বলিল গোবিন্দপুৰ মজলীয়া বিদ্যালয়  •  ভাৰতীয় ৰে'লত সুৰক্ষিত নহয় যাত্ৰীঃ লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ দুজন...  •  বৰমাৰ লোহিত মোছাহাৰীৰ বদন্যতাঃ নিজৰ পুথিভঁৰালৰ দুই সহস্ৰাধিক গ্ৰন্থ দান কৰিলে বড়ো থুনলাই আফাদক...  •  চুপাৰি চুৰিত অভিযুক্ত তিনিজনক জে'ললৈ প্ৰেৰণ....  •  ৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা...  •  বাক্সাত তৰমুজৰ খেতি পৰিদৰ্শন বি টি আৰৰ কাৰ্যবাহী সদস্যৰ...  •  নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক...  •  সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাক সোঁৱৰণ অগপ,আছুৰ...

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অগ্নিকাণ্ড…

ডিজিটেল সংবাদ বেকাজানঃ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ কাৰ্যালয়ত শুকুৰবাৰে পুৱা এক অগ্নিকাণ্ড সংঘটিত হয় । জানিব পৰামতে ক’হিমাৰ নিউ সচিবালয় ভৱন কক্ষত থকা মুখ্যমন্ত্ৰী ৰিঅ’ৰ কাৰ্যালয়ত পুৱা সাত বজাত বৈদ্যুতিক শ্বৰ্ট ছাৰ্কিটৰ ফলত অগ্নি কাণ্ডৰ সূত্ৰপাত হয় । লগে লগে নাগালেণ্ডৰ অগ্নিনিৰ্বাপক বাহিনীয়ে অতি ক্ষীপ্ৰতাৰে জুই নিয়ন্ত্ৰণ কৰে যদিও কাৰ্যালয়টোৰ গুৰুত্বপূৰ্ণ নথিপত্ৰত জুইত জাহ যায় । অৱশ্যে এই অগ্নি কাণ্ডত কোনো লোক আহত হোৱা নাই। উল্লেখযোগ্য যে বিগত দহ বছৰত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত দ্বিতীয় বাৰ এনেদৰে অগ্নিকাণ্ডৰ সংঘটিত হৈছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি