নগালেণ্ডত অসমৰ ট্ৰাক চালকক আক্ৰমণ, অনিৰ্দিষ্ট কাললৈ ট্ৰাক চলাচল বন্ধৰ সিদ্ধান্ত

নগালেণ্ডত অসমৰ ট্ৰাক চালকক আক্ৰমণ, অনিৰ্দিষ্ট কাললৈ ট্ৰাক চলাচল বন্ধৰ সিদ্ধান্ত
  • নগালেণ্ডত অসমৰ ট্ৰাক চালকক আক্ৰমণ।
  • নগা দুৰ্বৃত্তৰ প্ৰহাৰত গুৰুতভাৱে আহত অসমৰ তিনিজন ট্ৰাক চালক।
  • চালক কেইজন হৈছে ৰাহুল হেমৰম, প্ৰশান্ত প্ৰধান আৰু মন বাহাদুৰ ।
  • মোককচাং জিলাৰ পুৰনি চুমথিয়াত সংঘটিত এই ঘটনা।
  • এই ঘটনাৰ পিছতে নাগালেণ্ডলৈ অনিৰ্দিষ্ট কাললৈ ট্ৰাক চলাচল বন্ধৰ সিদ্ধান্ত অসমৰ ট্ৰাক চালক আৰু মালিক সন্থাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in