কেতিয়াবা দেখিছেনে? দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ সমীপতে জালত উঠিল ৬৩কেজি ওজনৰ প্ৰকাণ্ড মাছ…

কেতিয়াবা দেখিছেনে? দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ সমীপতে জালত উঠিল ৬৩কেজি ওজনৰ প্ৰকাণ্ড মাছ…


ডিজিটেল সংবাদ ,ৱাখাঃ নাগালেণ্ডৰ ৱাখা জিলাৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ আৱদ্ধ হৈ বিশাল ৰিৰ্জাভত যোৱা সোমবাৰে বিয়লি স্থানীয় মাছুৱৈৰ জালত এটা ৬৩ কিলোগ্ৰামৰ ওজনৰ প্ৰকাণ্ড মাছ ধৰে । এই প্ৰকাণ্ড মাছটো ধৰাৰ পিছত প্ৰত্যক্ষ কৰিবলৈ গাঁওবাসীয়ে সোঁত বয় । উল্লেখযোগ্য যে, দৈয়াং জলবিদ্যুৎ প্ৰকল্পত এই মাছটোৱে আছিল এতিয়ালৈকে ধৰা প্ৰকাণ্ড মাছ ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in