নামৰূপত স্বামীয়ে পত্নীক হত্যা কৰি গাঁতত পুতি থ’লে মৃতদেহ

নামৰূপত স্বামীয়ে পত্নীক হত্যা কৰি গাঁতত পুতি থ’লে মৃতদেহ
  • নামৰূপৰ চামগুৰিত জঘন্য কাণ্ড।
  • স্বামীয়ে হত্যা কৰিলে পত্নীক।
  • পত্নীৰ মৃতদেহ পুতি থ'লে গাঁতত।
  • সমগ্ৰ ঘটনা পোহৰলৈ আনিলে ৰাইজে।
  • আৰক্ষী উপস্থিতিত পত্নীৰ মৃতদেহ গাঁত খান্দি উলিয়ালে হত্যাকাৰীজনে।
  • হত্যাকাৰী স্বামীৰ নাম জিতেন কৃষাণ।
  • স্বামীৰ হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ নাম অনিতা কৃষাণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in