শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  অসমত আকৌ ২০৭৩জনৰ কোভিড পজিটিভ...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...

ভাৰতত কোৰোণা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৫০ লাখৰ ঘৰ….

117

ডিজিটেল ডেস্ক : ভাৰতত কোৰোণা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৫০ লাখৰ ঘৰ ।৫০ লাখৰ সীমা অতিক্ৰম কৰা ভাৰত বিশ্বৰ দ্বিতীয় দেশ হিচাপে পৰিগনিত হয় ।২৪ ঘন্টাত ৯০,১২৩ জন লোক কোৰোনাত আক্ৰান্ত হয়।

ইপিনে যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা সৰ্বাধিক । ২৪ ঘন্টাত ১২৯০ গৰাকী লোক মৃত্যুমুখত পৰে । ভাৰতত বৰ্তমানলৈ ৫০,২০,৩৫৯ গৰাকী লোক কোৰোণাত আক্ৰান্ত হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি