ভাৰতত কোৰোণা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৫০ লাখৰ ঘৰ….

ভাৰতত কোৰোণা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৫০ লাখৰ ঘৰ….

ডিজিটেল ডেস্ক : ভাৰতত কোৰোণা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৫০ লাখৰ ঘৰ ।৫০ লাখৰ সীমা অতিক্ৰম কৰা ভাৰত বিশ্বৰ দ্বিতীয় দেশ হিচাপে পৰিগনিত হয় ।২৪ ঘন্টাত ৯০,১২৩ জন লোক কোৰোনাত আক্ৰান্ত হয়।

ইপিনে যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা সৰ্বাধিক । ২৪ ঘন্টাত ১২৯০ গৰাকী লোক মৃত্যুমুখত পৰে । ভাৰতত বৰ্তমানলৈ ৫০,২০,৩৫৯ গৰাকী লোক কোৰোণাত আক্ৰান্ত হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in