ম্যানমাৰ চৰকাৰৰ সৈতে যুদ্ধবিৰতি নকৰে এন এছ চি এন(কে)য়ে…

ফাইল ফটো
ফাইল ফটো
  • ম্যানমাৰ চৰকাৰৰ সৈতে যুদ্ধবিৰতি নকৰে NSCN (K)-এ।
  • সাৰ্বভৌম নাগালিমৰ বাবে চলাই যাব সংগ্ৰাম।
  • দেশজোৰা যুদ্ধবিৰতি (NCA)ক অমূলক আখ্যা।
  • 'নাম মাত্ৰ যুদ্ধবিৰতিৰ নাই কোনো মূল্য, সাৰ্বভৌমত্বৰ বাবে সকলো মূল্য দিবলৈ সাজু।'– বাৰ্মিজ সেনাৰ হুংকাৰৰ পিছতে NSCN(K)ৰ ঘোষণা।
  • দেওবাৰে হুংকাৰ দিছিল বাৰ্মিজ সেনাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in