শেহতীয়া খবৰ
জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা পৰা অহা ৮০লোকক কোৱাৰেণ্টাইন... • অৰুণাচল প্ৰদেশত পুনৰ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা... • নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূন্যলৈ গুলী চালনা... • মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ব্যাহত ৰেল সেৱা... • বৰ্ণ বৈষম্যতা! আৰক্ষীৰ হাতত কৃষ্ণাংগৰ মৃত্যুক লৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ জনতাৰ... • ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ প্ৰথমটো স্বাস্থ্যকৰ্মীৰ দলক কোৱাৰেণ্টাইন... • নাৰায়ণপুৰৰ কোৱাৰেন্টাইন চেন্টাৰত উত্তপ্ত পৰিস্থিতি...VIDEO • মেট্ৰিক-হাইমাদ্ৰাছাৰ ফলাফল লাভ কৰিব কোন কেইটা ৱেবছাইটত... পঢ়ক সবিশেষ... • ভাৰতত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ২ লাখৰো অধিকলৈ বৃদ্ধি... • বকোত ওলাল দ্বিতীয়গৰাকী কোভিড-১৯ত আক্ৰান্ত লোক...

চিৰিয়াখানাৰ গ্ৰেণেড বিস্ফোৰণৰ মূল অভিযুক্ত বিজয় অসমক গ্ৰেপ্তাৰ

815
  • চিৰিয়াখানা গ্ৰেণেড বিস্ফোৰণৰ মূল অভিযুক্ত বিজয় অসমক গ্ৰেপ্তাৰ।
  • জাহ্নৱী শইকীয়াৰ স্কুটীত উঠি গৈ বিজয় অসমে দলিয়াইছিল গ্ৰেণেড।
  • গ্ৰেণেড বিস্ফোৰণৰ পাছৰ পৰাই পলাতক হৈ আছিল বিজয় অসম।
  • মঙলবাৰে তিনিচুকীয়াৰ ডাঙৰিৰ পৰা গ্ৰেপ্তাৰ কৰা হয় বিজয় অসমক।
  • তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকে নিশ্চিত কৰিছে এই তথ্য।
  • এই বিস্ফোৰণত আহত হৈছে ১১ জন।
  • তাৰে দুজন আছিল এছএছবি জোৱান।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি