Published on:
Updated on:
- চিৰিয়াখানা গ্ৰেণেড বিস্ফোৰণৰ মূল অভিযুক্ত বিজয় অসমক গ্ৰেপ্তাৰ।
- জাহ্নৱী শইকীয়াৰ স্কুটীত উঠি গৈ বিজয় অসমে দলিয়াইছিল গ্ৰেণেড।
- গ্ৰেণেড বিস্ফোৰণৰ পাছৰ পৰাই পলাতক হৈ আছিল বিজয় অসম।
- মঙলবাৰে তিনিচুকীয়াৰ ডাঙৰিৰ পৰা গ্ৰেপ্তাৰ কৰা হয় বিজয় অসমক।
- তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকে নিশ্চিত কৰিছে এই তথ্য।
- এই বিস্ফোৰণত আহত হৈছে ১১ জন।
- তাৰে দুজন আছিল এছএছবি জোৱান।
Code:
Asomiya Pratidin
www.asomiyapratidin.in