পাষাণ স্বামী! ডেৰ বছৰীয়া পুত্ৰ-পত্নীক জ্বলাই হত্যা…

পাষাণ স্বামী! ডেৰ বছৰীয়া পুত্ৰ-পত্নীক জ্বলাই হত্যা…
  • ডিব্ৰুগড়ৰ বৰ বৰুৱাত ভয়ংকৰ ঘটনা।
  • পত্নী আৰু পুত্ৰক জ্বলাই হত্যা কৰিলে এজন ব্যক্তিয়ে।
  • পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা।
  • অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে তেওঁলোক।
  • পুত্ৰৰ বয়স হৈছে ডেৰ বছৰ।
  • আৰক্ষীয়ে গ্ৰেপ্ৰাৰ কৰিছে অভিযুক্ত হত্যাকাৰী স্বামী ডিম্বেশ্বৰ মূড়া।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in