শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

মোৰাঝাৰৰ অকচেকত লোমহৰ্ষক হত্যাকাণ্ড…

135
  • মোৰাঝাৰৰ অকচেক গাঁৱত সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ড।
  • হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত অকচেক গাঁৱত সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ড।
    এটাৰ পিছত আনটো ঘটনাই জোকাৰি গৈছে সমগ্ৰ হোজাই জিলাক।
  • মোৰাঝাৰ থানাৰ অন্তৰ্গত অকচেক গাঁওৰ ৩৬ বছৰীয়া এনাম উদ্দীন নামৰ যুৱকজনক শনিবাৰে নিশা কোনোবা দুৰ্বৃত্তই হাঁনি খুঁচি হত্যা কৰি পথৰ দাঁতিত পেলাই থৈ যায়।
  • গাড়ী চলাই জীৱন নিৰ্বাহ কৰা লোকজনক দুৰ্বৃত্তই হত‍্যা কৰা ঘটনাকলৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত।
  • ইতিমধ্যে ঘটনাস্থলীত মোৰাঝাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁ ভোগেশ্বৰী ফুকননী হস্পিতাললৈ প্ৰেৰণ কৰিছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি