মোৰাঝাৰৰ অকচেকত লোমহৰ্ষক হত্যাকাণ্ড…

মোৰাঝাৰৰ অকচেকত লোমহৰ্ষক হত্যাকাণ্ড…
  • মোৰাঝাৰৰ অকচেক গাঁৱত সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ড।
  • হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত অকচেক গাঁৱত সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ড।
    এটাৰ পিছত আনটো ঘটনাই জোকাৰি গৈছে সমগ্ৰ হোজাই জিলাক।
  • মোৰাঝাৰ থানাৰ অন্তৰ্গত অকচেক গাঁওৰ ৩৬ বছৰীয়া এনাম উদ্দীন নামৰ যুৱকজনক শনিবাৰে নিশা কোনোবা দুৰ্বৃত্তই হাঁনি খুঁচি হত্যা কৰি পথৰ দাঁতিত পেলাই থৈ যায়।
  • গাড়ী চলাই জীৱন নিৰ্বাহ কৰা লোকজনক দুৰ্বৃত্তই হত‍্যা কৰা ঘটনাকলৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত।
  • ইতিমধ্যে ঘটনাস্থলীত মোৰাঝাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁ ভোগেশ্বৰী ফুকননী হস্পিতাললৈ প্ৰেৰণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in