মুন্না প্ৰসাদ গুপ্তা গুৱাহাটীৰ পৰৱৰ্তী আৰক্ষী আয়ুক্ত…

  • মুন্না প্ৰসাদ গুপ্তা গুৱাহাটীৰ পৰৱৰ্তী আৰক্ষী আয়ুক্ত।
  • আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে মুন্না প্ৰসাদ গুপ্তাক।
  • তেওঁৰ পূৰ্বে আৰক্ষী আয়ুক্ত আছিল দীপক কুমাৰ।
  • গুৱাহাটীৰ শেহতীয়া পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবেই তেওঁক বদলি কৰা হৈছে।
  • ইফালে ৪গৰাকী ডিচিপিকো কৰা হৈছে বদলি।
  • মহানগৰীত সৃষ্টি হোৱা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবেই বদলি কৰা হৈছে আৰক্ষী বিষয়া কেইগৰাকীক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in