শেহতীয়া খবৰ
১ মিনিটত ২৫খবৰ...  •  ধলপুৰ আৰক্ষী চকীত পুনৰ চাৰিজনৰ দেহত কোভিড পজিটিভ..  •  ওদালগুৰি জিলা কাৰাগাৰৰ পৰা চাৰি হাজোতিৰ পলায়ন...  •  অসমঃ স্বাধীনতা দিৱসত কোনে ক'ত কৰিব পতাকা উত্তোলন...সবিশেষ  •  উচ্চতম ন্যায়ালয়ে নিজৰ দায়িত্ব পালন কৰিবই লাগিব,নহলে গণতন্ত্ৰৰ ধংস অনিবাৰ্য...  •  ছয়গাঁৱত কোৰোনাত আক্ৰান্ত এজন লোকৰ মৃত্যু...  •  নাহৰলাগুনত বান, লাগুন নদীৰ বানত ওপঙিছে গাড়ী-মটৰ...  •  ই আই এৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ত পুনঃবিবেচনাৰ বাবে কেন্দ্ৰই জনোৱা আবেদন নাকচ সবোচ্চ ন্যায়ালয়ৰ...  •  বানৰ পাছত চৰহা পোকে নষ্ট কৰিছে কৃষিভূমিঃ মূৰে-কপালে হাত দিছে কৃষক ৰাইজে, প্ৰতিবাদত নামিছে ছাত্ৰ সন্থা...  •  তীৰ্থযাত্ৰীৰ বাবে সুখবৰ: ১৬ আগষ্টৰ পৰা মুকলি হ'ব বৈষ্ণো দেৱী যাত্ৰা, দৈনিক ৫০০ যাত্ৰী যাব পাৰিব মন্দিৰলৈ...

মুন্না প্ৰসাদ গুপ্তা গুৱাহাটীৰ পৰৱৰ্তী আৰক্ষী আয়ুক্ত…

130
  • মুন্না প্ৰসাদ গুপ্তা গুৱাহাটীৰ পৰৱৰ্তী আৰক্ষী আয়ুক্ত।
  • আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে মুন্না প্ৰসাদ গুপ্তাক।
  • তেওঁৰ পূৰ্বে আৰক্ষী আয়ুক্ত আছিল দীপক কুমাৰ।
  • গুৱাহাটীৰ শেহতীয়া পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবেই তেওঁক বদলি কৰা হৈছে।
  • ইফালে ৪গৰাকী ডিচিপিকো কৰা হৈছে বদলি।
  • মহানগৰীত সৃষ্টি হোৱা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবেই বদলি কৰা হৈছে আৰক্ষী বিষয়া কেইগৰাকীক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি