১১ মাৰ্চ পৰ্যন্ত ই ডি জিম্মাত ইয়েছ বেংকৰ প্ৰতিষ্ঠাপক ৰাণা কাপুৰ…

১১ মাৰ্চ পৰ্যন্ত ই ডি জিম্মাত ইয়েছ বেংকৰ প্ৰতিষ্ঠাপক ৰাণা কাপুৰ…
  • ইয়েছ বেংকৰ প্ৰতিষ্ঠাপক ৰাণা কাপুৰৰ গ্ৰেপ্তাৰক লৈ মুম্বাই বিশেষ আদালতৰ শুনানি।
  • ১১ মাৰ্চ পৰ্যন্ত ই ডি জিম্মাতে থাকিব কাপুৰ।
  • প্ৰায় ২০ ঘন্টা সোধ পোচৰ অন্তত শনিবাৰে মাজনিশা গ্ৰেপ্তাৰ কৰা হৈছিল ৰাণা কাপুৰক।
  • বহুকেইটা গোচৰৰ লগতে ৫ হাজাৰ কোটি টকাৰ বিত্তীয় কেলেংকাৰীত অভিযুক্ত কাপুৰ।
  • ৰাণা কাপুৰৰ পৰিয়ালৰ কেইবাজনো সদস্যক ইডি য়ে চলাই আছে জেৰা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in