মু্ম্বাইৰ চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড, ৬ নিহত, ১০০ আহত

মু্ম্বাইৰ চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড, ৬ নিহত, ১০০ আহত
  • মুম্বাইত ভয়ানক অগ্নিকাণ্ড।
  • ই এছ আই চি কামগড় চিকিৎসালয়ত এই অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত এতিয়ালৈকে নিহত ৬ জন।
  • মুম্বাইৰ অন্ধেৰীত আছিল এই চিকিৎসালয় খন।
  • চিকিৎসালয়ৰ পৰা এতিয়ালৈকে উদ্ধাৰ ১৪৭ জন।
  • অগ্নিকাণ্ডত আহত ১০০ জনৰো অধিক ।
  • বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in