শেহতীয়া খবৰ
হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ  •  জম্মু-কাশ্মীৰত পাক সেনাৰ গুলীচালনাত নিহত ভাৰতীয় সেনা জোৱান...

মুম্বাইত খহি পৰিল ফুট ব্ৰীজ, থিতাতে নিহত ৫, আহত ৩৬…

321
  • মুম্বাইত ভয়ংকৰ ঘটনা।
  • খহি পৰে চি এছ এম টি ৰেল ষ্টেচনৰ এখন পথচাৰীৰ উৰণীয়া সেতু।

  • এই ঘটনাত থিতাতে নিহত হয় ৫জনকৈ লোক।
  • ইফালে, ৩৫জনৰো অধিক লোক গুৰুতৰভাৱে আহত।

  • উক্ত স্থানত এন ডি আৰ এফ, ড’গ স্কোৱাডৰ উদ্ধাৰ অভিযান অব্যাহত।
  • আহত আটাইকেইজনকে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি