মুম্বাইত খহি পৰিল ফুট ব্ৰীজ, থিতাতে নিহত ৫, আহত ৩৬…

মুম্বাইত খহি পৰিল ফুট ব্ৰীজ, থিতাতে নিহত ৫, আহত ৩৬…

  • মুম্বাইত ভয়ংকৰ ঘটনা।
  • খহি পৰে চি এছ এম টি ৰেল ষ্টেচনৰ এখন পথচাৰীৰ উৰণীয়া সেতু।
  • এই ঘটনাত থিতাতে নিহত হয় ৫জনকৈ লোক।
  • ইফালে, ৩৫জনৰো অধিক লোক গুৰুতৰভাৱে আহত।
  • উক্ত স্থানত এন ডি আৰ এফ, ড'গ স্কোৱাডৰ উদ্ধাৰ অভিযান অব্যাহত।
  • আহত আটাইকেইজনকে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in