চাঞ্চল্যকৰ ঘটনা, দুৰ্বৃত্তই জ্বলাই দিলে ২৪ খনকৈ বাহন

চাঞ্চল্যকৰ ঘটনা, দুৰ্বৃত্তই জ্বলাই দিলে ২৪ খনকৈ বাহন
  • মুম্বাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
  • দু্‌ৰ্বৃত্তই জ্বলাই দিলে কেইবাখনো বাহন।
  • মুম্বাইৰ বিজয় নগৰত এই ঘটনা সংঘটিত হৈছে।
  • বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
  • ২২খন দুচকীয়া বাহনৰ লগতে দুখন চাৰিচকীয়া বাহন জ্বলি যায়।
  • কোনে এই ঘটনা সংঘটিত কৰিছে সেই সম্পৰ্কে বৰ্তমানৰ লৈকে জানিব পৰা হোৱা নাই।
  • আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in