মুম্বাইত ভয়ংকৰ অগ্নিকাণ্ড…

মুম্বাইত ভয়ংকৰ অগ্নিকাণ্ড…
  • মুম্বাইত সোমবাৰে পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড।
  • মুম্বাইৰ বাইচুল্লা মাৰ্কেটত সংঘটিত এই অগ্নিকাণ্ড।
  • ৫খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপনৰ চেষ্টা।
  • বৰ্তমানলৈ কোনো লোক হতাহত হোৱা নাই এই অগ্নিকাণ্ডত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in