মুম্বাইত বিধ্বংসী অগ্নিকাণ্ড

মুম্বাইত বিধ্বংসী অগ্নিকাণ্ড
  • বৃহস্পতিবাৰে মুম্বাইত অগ্নিকাণ্ড।
  • মুম্বাইৰ চি এছ টি ৰোডত এই অগ্নিকাণ্ড।
  • গুজৰল হাউছ নামৰ এটা অট্টালিকাত সংঘিটত এই অগ্নিকাণ্ড।
  • ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপনৰ চেষ্টা।
  • বৰ্তমানলৈ কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in