মুম্বাইত বিস্ফোৰণ, ১০জন আহত…

মুম্বাইত বিস্ফোৰণ, ১০জন আহত…
  • মুম্বাইৰ হনুমান চলত বিস্ফোৰণ।
  • বিস্ফোৰণত আহত হৈছে ১০জনকৈ লোক।
  • এটা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত আহত হয় লোক কেইজন।
  • লোক কেইজনক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত।
  • আহতসকলৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in