শেহতীয়া খবৰ
অৰুণাচল, ছিকিমৰ বিধানসভা নিৰ্বাচন, ১৮ প্ৰাৰ্থীৰ নাম ঘোষণা বিজেপিৰ  •  হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ

নিউজিলেণ্ডত দুৰ্বৃৰ্ত্তৰ গুলীচালনা, কথামপি প্ৰাণ ৰক্ষা বাংলাদেশৰ ক্ৰিকেট টীমৰ…

724
  • নিউজিলেণ্ডৰ কাইস্তচৰ্চৰ দু্টা মছজিদত দুৰ্বৃৰ্ত্তৰ গুলীচালনা।
  • গুলীচালনাত মৃত্যু হৈছে ৬জন লোক, আহত হৈছে কেইবাজনো লোক।
  • গুলীচালনাৰ সময়ত মছজিদ মজুত আছিল বাংলাদেশৰ ক্ৰিকেট টীমৰ সদস্য সকল।
  • কথামপি প্ৰাণৰক্ষা সকলো সদস্যৰ।
  • এই সন্দৰ্ভত ক্ৰিকেটাৰ তামিম ইকবালে টুইটত কয়-
  • ‘কথামপি ৰক্ষা পৰিছে ক্ৰিকেট টীম সকলো সদস্য।’
  • ‘এটা ভয়ংকৰ ঘটনাৰ পৰা ৰক্ষা পৰিলো’
  • নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যক তীব্ৰ গৰিহণা প্ৰদান কৰিছে।
  • আৰক্ষীয়ে আটক কৰিছে এজন লোকক।
  • চি চি কেমেৰাৰ সকলো ফুটেজ পৰীক্ষা কৰিছে আৰক্ষীয়ে।
  • প্ৰত্যক্ষদৰ্শীৰ ভাষ্যও সংগ্ৰহ কৰিছে আৰক্ষীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি