নিউজিলেণ্ডত দুৰ্বৃৰ্ত্তৰ গুলীচালনা, কথামপি প্ৰাণ ৰক্ষা বাংলাদেশৰ ক্ৰিকেট টীমৰ…

নিউজিলেণ্ডত দুৰ্বৃৰ্ত্তৰ গুলীচালনা, কথামপি প্ৰাণ ৰক্ষা বাংলাদেশৰ ক্ৰিকেট টীমৰ…
  • নিউজিলেণ্ডৰ কাইস্তচৰ্চৰ দু্টা মছজিদত দুৰ্বৃৰ্ত্তৰ গুলীচালনা।
  • গুলীচালনাত মৃত্যু হৈছে ৬জন লোক, আহত হৈছে কেইবাজনো লোক।
  • গুলীচালনাৰ সময়ত মছজিদ মজুত আছিল বাংলাদেশৰ ক্ৰিকেট টীমৰ সদস্য সকল।
  • কথামপি প্ৰাণৰক্ষা সকলো সদস্যৰ।
  • এই সন্দৰ্ভত ক্ৰিকেটাৰ তামিম ইকবালে টুইটত কয়-
  • 'কথামপি ৰক্ষা পৰিছে ক্ৰিকেট টীম সকলো সদস্য।'
  • 'এটা ভয়ংকৰ ঘটনাৰ পৰা ৰক্ষা পৰিলো'
  • নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যক তীব্ৰ গৰিহণা প্ৰদান কৰিছে।
  • আৰক্ষীয়ে আটক কৰিছে এজন লোকক।
  • চি চি কেমেৰাৰ সকলো ফুটেজ পৰীক্ষা কৰিছে আৰক্ষীয়ে।
  • প্ৰত্যক্ষদৰ্শীৰ ভাষ্যও সংগ্ৰহ কৰিছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in