মুছলপুৰৰ বনবাৰীত অষ্টম শ্ৰেণীৰ কিশোৰীক ধৰ্ষণৰ চেষ্টা এজন লোকৰ…

  • মুছলপুৰৰ বনবাৰীত চাঞ্চল্যকৰ ঘটনা
  • অষ্টম শ্ৰেণীৰ কিশোৰীক ধৰ্ষণৰ চেষ্টা তপেশ্বৰ দাস নামৰ লোকজনৰ।
  • দাসৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ।
  • লোকজনৰ ঘৰলৈ কল বিচাৰি আহিছিল কিশোৰীগৰাকী।
  • ঘৰত কোনো নথকাৰ সুযোগ লৈ নিৰ্যাতন কিশোৰীগৰাকীক।
  • কিশোৰীগৰাকীৰ চিঞৰ শুনি ওলাই আহে ওচৰ চুবুৰীয়া।
  • বৰ্তমান পলাতক অভিযুক্ত তপেশ্বৰ দাস।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in