বিলাসীপাৰাত বিধ্বংসী অগ্নিকাণ্ডঃ জুইত জাহ গ’ল ১০ লক্ষাধিক টকাৰ সা-সম্পত্তি

বিলাসীপাৰাত বিধ্বংসী অগ্নিকাণ্ডঃ জুইত জাহ গ’ল ১০ লক্ষাধিক টকাৰ সা-সম্পত্তি
  • বিলাসীপাৰাৰ খানাবাৰীত বিধ্বাংসী অগ্নিকাণ্ড।
  • পোনেনয়আনি গাঁৱৰ এজন লোকৰ ঘৰত এই অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডৰ ফলত জুইত জাহ গ'ল প্রায় ১০ লক্ষাধিক টকাৰ সা-সম্পত্তি।
  • অগ্নিকাণ্ডৰ ফলত বিস্ফোৰণ এটা গেছ ছিলিণ্ডাৰৰ।
  • অগ্নিকাণ্ডৰ প্রকৃত কাৰণ জানিব পৰা হোৱা নাই।
  • অগ্নি নিৰ্বাপক বাহিনীৰ উপস্থিতিত অগ্নি নিৰ্বাপনৰ চেষ্টা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in