উজনিৰ মুছলমানেহে পাব লাগে সংখ্যালঘু আঁচনিৰ ধনঃ মৃণাল শইকীয়া

উজনিৰ মুছলমানেহে পাব লাগে সংখ্যালঘু আঁচনিৰ ধনঃ মৃণাল শইকীয়া
  • সংখ্যালঘু উন্নয়নৰ পুঁজি উজনি অসমত ব্যৱহাৰৰ দাবী জনালে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই।
  • অসম বিধানসভাৰ অধিৱেশনৰ ষষ্ঠটো দিনত সদনত এই দাবী বিধায়কগৰাকীৰ।
  • নামনি আৰু মধ্য অসমত মুছলমানসকল সংখ্যালঘু নহয়।
  • ধুবুৰী, দক্ষিণ শালমৰাৰ উদাহৰণ দিলে বিধায়ক মৃণাল শইকীয়াই।
  • ধুবুৰীত মুছলমানৰ সংখ্যা ৭৯.৬৭ শতাংশ, দক্ষিণ শালমৰাত ৯৫.০২ শতাংশ।
  • য'ত ৭৯.৬৭ শতাংশ জনসংখ্যা আছে তাত তেওঁলোক কেনেকৈ সংখ্যালঘু হ'ব বুলি প্ৰশ্ন বিধায়কগৰাকীৰ।
  • সংখ্যালঘু মানেই মুছলমান এই ধাৰণা সমাজৰ পৰা, ৰাজ্যৰ সপৰা নোহোৱা কৰিব লাগিব বুলিও মন্তব্য মৃণাল শইকীয়াৰ।
  • উজনিৰ মুছলমানসকলেহে পাব লাগে সংখ্যালঘু আঁচনিৰ সুবিধাসমূহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in