কোৰোনাত আক্ৰান্ত হৈ মহানগৰীত মেডিকেল ৰিপ্ৰেজেন্টিটিভৰ মৃত্যু…

কোৰোনাত আক্ৰান্ত হৈ মহানগৰীত মেডিকেল ৰিপ্ৰেজেন্টিটিভৰ মৃত্যু…
  • মালিগাঁৱত এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য।
  • মৃত ব্যক্তিজনৰ নাম সুখময় দত্ত।
  • কেবাদিন ধৰি জ্বৰ কাহত ভুগি আছিল ব্যক্তিজন।
  • কোৰোনাত আক্ৰান্ত হৈ লোকজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
  • কামাখ্যা ষ্টেচনৰ সমীপৰ বিজি কলনীৰ বাসিন্দা লোকজন।
  • সুখময় দত্তৰ বৃত্তি আছিল মেডিকেল ৰিপ্ৰেজেন্টিটিভ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in