শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

সংগী কোৰোনাত আক্ৰান্ত হোৱাৰ পাছতে কোৱাৰেন্টাইনত সাংসদ প্ৰদান বৰুৱাঃ সংগ্ৰহ কৰা হৈছে স্বাৱ…

189
  • বলিন চেতিয়া কোৰোনা পজিটিভ ঘটনাই কপাইছে লখিমপুৰ ৷
  • বিধায়ক বলীন চেতিয়াৰ সৈতে সংস্পৰ্শলৈ আহিছিল সাংসদ প্ৰদান বৰুৱা ৷
  • দুদিনমান পূৰ্বে সাংসদ প্ৰদান বৰুৱাৰ সৈতে শদিয়াৰ বান পৰিস্থিতিৰ বুজ লৈছিল ৷
  • পিছত সাংসদ গৰাকীয়ে লখিমপুৰৰ কেইবাটাও স্হানত দলীয় জনসম্পৰ্কৰ কাৰ্য সুচীত ভাগ লৈ ঘৰে ঘৰে গৈছিল ৷
  • জুলাইত শদিয়াৰ বান পৰিস্থিতি বুজ লৈছিল ১০ জুলাইত লখিমপুৰত জন সম্পৰ্ক কৰিছিল ৷
  • সম্প্ৰতি উত্তৰ লখিমপুৰ আৱৰ্ত ভৱনত কোৱেৰেন্টিনত আছে সাংসদ প্ৰদান বৰুৱা ৷
  • সাংসদ গৰাকীৰ স্বাৱো সংগ্ৰহ কৰা হৈছে৷
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি