টিভি পৰ্দাতে পুত্ৰ প্ৰধানমন্ত্ৰী হোৱা দৃশ্য প্ৰত্যক্ষ কৰিলে মাতৃ হীৰাবেনে…

টিভি পৰ্দাতে পুত্ৰ প্ৰধানমন্ত্ৰী হোৱা দৃশ্য প্ৰত্যক্ষ কৰিলে মাতৃ হীৰাবেনে…
  • পুত্ৰ নৰেন্দ্ৰ মোডীৰ শপতগ্ৰহণ অনুষ্ঠান ঘৰতে বহি প্ৰত্যক্ষ কৰিলে মোডীৰ মাতৃ হীৰাবেন মোডীয়ে।
  • দ্বিতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী ৰূপে শপত ললে নৰেন্দ্ৰ মোডীয়ে।
  • টেলিভিশ্যনৰ পৰ্দাতে পুত্ৰ প্ৰধানমন্ত্ৰী হোৱা দৃশ্য প্ৰত্যক্ষ কৰে।
  • গান্ধীনগৰস্থিত বাসভৱনত বহিয়েই টিভিত পুত্ৰৰ শপতগ্ৰহণ অনুষ্ঠানত প্ৰত্যক্ষ কৰে মাতৃয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in