লংকাত ৰে’ল লাইনত উদ্ধাৰ মাতৃ-পুত্ৰৰ মৃতদেহ…

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • হোজাইৰ লংকাত চাঞ্চল্যকৰ ঘটনা।
  • লংকাৰ লাল কোৱাৰ্টাৰৰ ৰে'ল লাইনত উদ্ধাৰ এগৰাকী মহিলা আৰু এটি শিশুৰ মৃতদেহ।
  • ৰে'লৰ আগত পৰি মহিলাগৰাকীয়ে আত্মহত্যা কৰাৰ সন্দেহ।
  • আনহাতে ৰে'লপথৰ দাঁতিতে উদ্ধাৰ হয় ৮ বছৰীয়া শিশুটিৰ মৃতদেহ।
  • মৃত্যু ঘটা শিশুটি মহিলা গৰাকীৰ পুত্ৰ বুলি সন্দেহ কৰা হৈছে।
  • মাতৃক বচাবলৈ গৈ শিশুটিও ৰে'লত কটা যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।
  • এতিয়াও লাভ কৰিবলৈ সক্ষম হোৱা নাই দুয়োজনৰ পৰিচয়।
  • ঘটনাস্থলীত ৰে'ল আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ দুটা।
  • নামনিমুৱা মৰিয়নী-গুৱাহাটী ৰে'লৰ খুন্দাতে দুয়োৰে মৃত্যু ঘটে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in