শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

মদ খাবলৈ টকা নিদিয়া বাবে পুত্ৰই শিৰচ্ছেদ কৰিলে মাতৃক…

1,152

ডিজিটেল ডেস্ক : এক শিহৰনকাৰী ঘটনা সংঘটিত হয় তেলেংগনাত । মদ্যপানৰ বাবে মাতৃয়ে পুত্ৰক টকা নিদিয়াৰ বাবে সংঘটিত হৈছে এই ঘটনা । টকা নিদিয়াৰ ফলত পুত্ৰই শিৰচ্ছেদ কৰে মাতৃক । শিৰচ্ছেদ কৰি কটা অংশ লৈ যায় পুত্ৰ গৰাকীয়ে । শনিবাৰে আৰক্ষীয়ে এই বিষয়ে তথ্য প্ৰদান কৰে ।

আৰক্ষীয়ে কোৱা অনুসৰি মৃত ব্যক্তিগৰাকী ৬৫ বছৰীয়া । এই ঘটনা তেলেংগনাৰ নগৰকুৰ্নুল জিলাৰ এখন গাওঁত সংঘটিত হয় । ৪৫ বছৰীয়া অভিযুক্ত ব্যক্তি গৰাকীক কটা মূৰ সহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । অভিযুক্তৰ জ্যেষ্ঠ ভাতৃৰ অভিযোগত এই সম্পৰ্কে এটা গোচৰ ৰুজু কৰা হয় ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি