অসম আৰক্ষীৰ এনকাউণ্টাৰত নিহত মষ্ট ৱান্টেড বুবু কোঁৱৰ…

অসম আৰক্ষীৰ এনকাউণ্টাৰত নিহত মষ্ট ৱান্টেড বুবু কোঁৱৰ…
  • বুধবাৰে অসম আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ বুবু কোঁৱৰ।
  • ৪৫ টা গোচৰ অভিযুক্ত মষ্ট ৱান্টেড আছিল বুবু কোঁৱৰ।
  • অসম নাগালেণ্ড সীমান্তৱৰ্তী গেলেকীৰ দেওপানীত অসম আৰক্ষীৰ এনকাউণ্টাৰত নিহত বুবু।
  • বিভিন্ন অপৰাধমূলক কাৰ্য্য সংঘটিত কৰি বহুদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি পলাই আছিল বুবু কোঁৱৰ।
  • এই সন্দৰ্ভত টুইট কৰিছে আৰক্ষী বিষয়া জি পি সিঙেও।
  • তেওঁ লিখিছে- 'One veteran criminal Bubu Konwar has been grievously injured in exchange of fire with @SivasagarPol at Geleky, Sibsagar when he targeted the police team. Has been taken to hospital. One pistol has been recovered from his possession.'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in