শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

কোভিডত আক্ৰান্ত হৈ মৃত্যু কেন্দ্ৰীয় মন্ত্ৰীৰ…

445
  • কোৰোনাত আক্ৰান্তহৈ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ মৃত্যু।
  • মন্ত্ৰীগৰাকীৰ নাম সুৰেশ আংগাৰীৰ মৃত্যু।
  • কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী আছিল তেওঁ।
  • ১১ ছেপ্টেম্বৰত কোভিডত আক্ৰান্ত হৈছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।
  • তাৰপাছত চিকিৎসাধীন হৈ আছিল তেওঁ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি