কোভিডত আক্ৰান্ত হৈ মৃত্যু কেন্দ্ৰীয় মন্ত্ৰীৰ…

কোভিডত আক্ৰান্ত হৈ মৃত্যু কেন্দ্ৰীয় মন্ত্ৰীৰ…
  • কোৰোনাত আক্ৰান্তহৈ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ মৃত্যু।
  • মন্ত্ৰীগৰাকীৰ নাম সুৰেশ আংগাৰীৰ মৃত্যু।
  • কেন্দ্ৰীয় ৰে'ল ৰাজ্যিক মন্ত্ৰী আছিল তেওঁ।
  • ১১ ছেপ্টেম্বৰত কোভিডত আক্ৰান্ত হৈছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।
  • তাৰপাছত চিকিৎসাধীন হৈ আছিল তেওঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in