প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীৰ নশ্বৰদেহ অনা হৈছে বাসগৃহলৈ…

প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীৰ নশ্বৰদেহ অনা হৈছে বাসগৃহলৈ…
  • প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীৰ নশ্বৰ দেহ অনা হৈছে বাসগৃহলৈ।
  • এইমছৰ পৰা পোনে পোনে বাসগৃহলৈ অনা হয় জেটলীৰ নশ্বৰ দেহ।
  • শনিবাৰে দিনৰ প্ৰায় ১২.০৭ বজাত শেষ নিশ্বাস ত্যাগ কৰিছিল অৰুণ জেটলীয়ে।
  • ৯ আগষ্টৰ পৰা এইমছতে চিকিৎসাধীন হৈ আছিল তেওঁ।
  • উপস্থিত আছে বিজেপি তথা বিৰোধী দলৰ জ্যেষ্ঠ নেতা সকল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in