Published on:
Updated on:
- মৰিয়নি ৰেল ষ্টেচনত উজনিমুৱা বিৱেক এক্সপ্ৰেছৰ ৭নং ডবাত অচেতন অৱস্থাত তিনিজন যাত্ৰী উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
- কণ্যাকুমাৰীৰ পৰা মৰান অভিমুখে আহি থকা অৱস্থাত যুৱক তিনিজনক দুৰ্বৃত্তই নিচাযুক্ত দ্ৰব্য সেৱন কৰাই লুটি নিয়ে নগদ ধন মবাইল ফোন।
- বৰ্তমান মৰিয়নি ৰেলৱে আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
- যুৱক কেইজন ক্ৰমে জয়ন্ত বৰা ,বি কৰ্মকাৰ, আৰু সুধীৰ এক্কা বুলি জানিব পৰা গৈছে
Code:
Asomiya Pratidin
www.asomiyapratidin.in