মৰিয়নীত বিধ্বংসী অগ্নিকাণ্ড

মৰিয়নীত বিধ্বংসী অগ্নিকাণ্ড
  • মৰিয়নী নগৰত বিধ্বংসী অগ্নিকাণ্ড।
  • নগৰৰ মাজ মজিয়াৰ বিনায়ক হোটেলত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • হোটেলখনৰ ৰান্ধনীশালাৰ পৰা জুইৰ সূত্ৰপাত।
  • স্থানীয় লোক আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত কোনোমতে ৰক্ষা পৰে বৃহৎ ব্যৱসায়িক অঞ্চলটো।
  • জুই জাহ গ'ল হোটেলখনৰ এটা অংশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in