মৰিয়নীৰ তিনি কুখ্যাত কয়লা মাফিয়াক গ্ৰেপ্তাৰ

মৰিয়নীৰ তিনি কুখ্যাত কয়লা মাফিয়াক গ্ৰেপ্তাৰ
  • মৰিয়নীৰ তিনি কুখ্যাত কয়লা মাফিয়াক গ্ৰেপ্তাৰ।
  • অবৈধ কয়লা সৰবৰাহ আৰু মজুত ৰখাৰ অভিযোগ তিনিওজনৰ বিৰুদ্ধে।
  • উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰাৰো অভিযোগ।
  • ধৃত বাবুল বাৰাথা, টেক বাহাদুৰ ছেত্ৰী আৰু মিণ্টু শইকীয়া।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in