মৰিগাঁৱৰ লাহৰীঘাটত স্থানীয় ৰাইজৰে কংগ্ৰেছ সমৰ্থকৰ সংঘাট, আহত ১০

  • মৰিগাঁৱৰ লাহৰীঘাটত স্থানীয় ৰাইজৰে কংগ্ৰেছ সমৰ্থকৰ সংঘাট।
  • ষ্টেডিয়ামত বাইক প্ৰৱেশ কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।
  • পৰস্পৰৰ আক্ৰমণ-প্ৰত্যাক্ৰমণত আহত প্ৰায় ১০জন লোক।
  • বহু সময় ধৰি সমগ্র অঞ্চলটোত বিৰাজ কৰে উত্তেজনা।
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in