আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮সংখ্যক অধিৱেশন, উদুলি–মুদুলি মৰিগাঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ

আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮সংখ্যক অধিৱেশন, উদুলি–মুদুলি মৰিগাঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ
  • আজিৰে পৰা মৰিগাঁৱত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮সংখ্যক অধিৱেশন।
  • ৯ ফেব্ৰুৱাৰীলৈ চলিব এই অধিৱেশনখনি।
  • হৰিনাম ধ্বনিৰে মুখৰ মৰিগাঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ।
  • আঢ়ৈ কোটি টকাৰ বাজেটেৰে অনুষ্ঠিত অধিৱেশনত সমাগম ঘটিব প্ৰায় ৩০ লাখ ভক্তৰ।
  • অধিৱেশনত থাকিব বাবে ১২ হাজাৰ স্বেচ্ছাসেৱক, ৩০০টা শিবিৰ, ৩৫খন উপ-সমিতি।
  • ১৮খন সহায়ক সমিতি, ১৬খন আকৰ্ষণীয় তোৰণ, ৮৮ হাত দীঘল গামোচা, ৫০০ গ্ৰন্থ বিপণী আৰু ১০০০খন বিপণীৰ বাণিজ্য মেলা।
  • ১৫ হাজাৰ ভকতৰ বাবে একেলগে খোৱাৰ ব্যৱস্থা।
  • অধিৱেশনৰ অন্যতম আকৰ্ষণ হ'ব 'চিত্ৰপটত শংকৰদেৱ'।
  • ৮৮গৰাকী শিল্পীৰ চিত্ৰপটত উজলিব শংকৰদেৱ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in