শেহতীয়া খবৰ
বিষাক্ত সুৰাৰ হত্যালীলাঃ ১১ খুচুৰা দোকানী গ্ৰেপ্তাৰ, নিষিদ্ধ লালী গুড়, মুক্ত হৈ আছে পাইকাৰী বেপাৰী  •  অসম চুক্তিৰ বিশেষ দফাৰ প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ  •  মাজবাটত অবৈধ শিল-বালি ভৰ্তি তিনিখন ডাম্পাৰ সহ ১২ খনকৈ কাঠৰ চাইকেল জব্দ  •  যোৰহাটত বিষাক্ত সুৰা পান কৰি অসুস্থ হোৱাসকলৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে  •  অগ্নিগৰ্ভা অৰুণাচল, প্ৰতিবাদকাৰীয়ে জ্বলালে শিল্পীৰ সা-সামগ্ৰীৰ লগতে বৃহৎ সংখ্যক বাহন  •  ঝাৰখণ্ডত নক্সালবাদীৰ বিৰুদ্ধে আৰক্ষী-এছএছবিৰ অভিযান  •  ৰাজ্যজুৰি বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ লৈ বৃদ্ধি...  •  বিজেপি-আৰ এছ এছে চাহ শ্ৰমিকে সুৰা সেৱন কৰাটো বিচাৰেঃ অখিল গগৈ  •  গোলাঘাটত বিষাক্ত সুৰাই প্ৰাণ ল'লে ৪৬ জনৰ, মৃত্যু হোৱা লোকৰ নাম...  •  বিধ্বংসী অগ্নিকাণ্ডত একেলগে জ্বলিল ১০০খন গাড়ী, চাওঁক VIDEO...

আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮সংখ্যক অধিৱেশন, উদুলি–মুদুলি মৰিগাঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ

হৰিনাম ধ্বনিৰে মুখৰ মৰিগাঁৱৰ আকাশ–বতাহ

47
  • আজিৰে পৰা মৰিগাঁৱত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮সংখ্যক অধিৱেশন।
  • ৯ ফেব্ৰুৱাৰীলৈ চলিব এই অধিৱেশনখনি।
  • হৰিনাম ধ্বনিৰে মুখৰ মৰিগাঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ।
  • আঢ়ৈ কোটি টকাৰ বাজেটেৰে অনুষ্ঠিত অধিৱেশনত সমাগম ঘটিব প্ৰায় ৩০ লাখ ভক্তৰ।
  • অধিৱেশনত থাকিব বাবে ১২ হাজাৰ স্বেচ্ছাসেৱক, ৩০০টা শিবিৰ, ৩৫খন উপ-সমিতি।
  • ১৮খন সহায়ক সমিতি, ১৬খন আকৰ্ষণীয় তোৰণ, ৮৮ হাত দীঘল গামোচা, ৫০০ গ্ৰন্থ বিপণী আৰু ১০০০খন বিপণীৰ বাণিজ্য মেলা।
  • ১৫ হাজাৰ ভকতৰ বাবে একেলগে খোৱাৰ ব্যৱস্থা।
  • অধিৱেশনৰ অন্যতম আকৰ্ষণ হ’ব ‘চিত্ৰপটত শংকৰদেৱ’।
  • ৮৮গৰাকী শিল্পীৰ চিত্ৰপটত উজলিব শংকৰদেৱ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি