মৰিগাঁৱত নিৰাপত্তাবেষ্টনীৰ মাজতে বন্ধ সমৰ্থকৰ টায়াৰ জ্বলাই প্ৰতিবাদ

মৰিগাঁৱত নিৰাপত্তাবেষ্টনীৰ মাজতে বন্ধ সমৰ্থকৰ টায়াৰ জ্বলাই প্ৰতিবাদ
  • মৰিগাঁৱত বন্ধৰ সমৰ্থন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ।
  • উপায়ুক্ত ভৱন আৰু আৱৰ্ত ভৱনৰ সন্মুখত টায়াৰ জ্বলাই প্ৰতিবাদ সমৰ্থকৰ।
  • কটকটীয়া নিৰাপত্তা বেষ্টনীয়েও প্ৰভাৱ পেলাৱ নোৱাৰিলে প্ৰতিবাদত।
  • যিকোনো বাধাৰ সন্মুখীন হ'লেও বন্ধ সফল কৰাৰ হুংকাৰ সমৰ্থনকাৰীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in