মূল্যবৃদ্ধিৰ বিৰুদ্ধে মৰিগাঁৱত চি পি আইৰ প্ৰতিবাদ

মূল্যবৃদ্ধিৰ বিৰুদ্ধে মৰিগাঁৱত চি পি আইৰ প্ৰতিবাদ
  • মৰিগাঁৱত চি পি আই দলৰ নেতা-কৰ্মীৰ প্ৰতিবাদ।
  • পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত এই প্ৰতিবাদ।
  • কেৰাচিনমুক্ত অসমৰ লগতে বিজুলী নিৰিখ আৰু বাছ ভাড়াৰ বিৰোধিতা কৰিছে প্ৰতিবাদকাৰীয়ে ।
  • চি পি আইৰ মৰিগাঁও জিলা পৰিষদে সাব্যস্ত কৰে এই প্ৰতিবাদ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in