মৰিগাঁৱত ড্ৰাগছ সৰবৰাহীলৈ আৰক্ষীৰ গুলী…

মৰিগাঁৱত ড্ৰাগছ সৰবৰাহীলৈ আৰক্ষীৰ গুলী…
  • পুনৰ ড্ৰাগছ সৰবৰাহীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা।
  • এইবাৰ মৰিগাওঁ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহীৰ বিৰুদ্ধে চলালে গুলী।
  • আৰক্ষীয়ে সদৰি কৰা মতে ড্ৰাগছ সৰবৰাহী পলাবলৈ লওতেই গুলী চালনা কৰে।
  • মৰিগাওঁ জিলাৰ মিকিৰভাটা আৰক্ষী চকীৰ অন্তৰ্গত বালিজানত সংঘটিত হৈছে এই ঘটনা।
  • ইয়াৰ পিছতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে দুটা ড্ৰাগছ সৰবৰাহীক।
  • আটক হোৱা সৰবৰাহী দুটা ফিৰকুল ইছলাম আৰু জীয়াবুৰ হক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in