মৰিগাঁৱত পেট্ৰল পাম্পৰ কৰ্মচাৰীৰ দেহত কোৰোনা ভাইৰাছ, সোমবাৰেও দিছিল তেল, VIDEO

মৰিগাঁৱত পেট্ৰল পাম্পৰ কৰ্মচাৰীৰ দেহত কোৰোনা ভাইৰাছ, সোমবাৰেও দিছিল তেল, VIDEO
  • মৰিগাঁৱৰ এটা পেট্ৰল পাম্পৰ কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ।
  • কৰ্মচাৰীজনৰ নাম প্ৰদীপ সিং।
  • মৰিগাঁও জিলা স্বাস্থ্য বিভাগে ২৩ জুনত তেওঁৰ স্বাৱ সংগ্ৰহ কৰিছিল।
  • সোমবাৰে তেওঁৰ কোৰোনা পৰীক্ষাৰ ফলাফল আহে।
  • তেওঁ সদৰি কৰা অনুসৰি সোমবাৰৰ পুৱাৰ পৰা কৰ্মচাৰীজনে পেট্ৰ'ল-ডিজেল বিক্ৰী কৰিছিল বুলি তেওঁ নিজে সদৰি কৰিছে।
  • বৰ্তমান চীল কৰা হ'ল মৰিগাঁও চাৰ্ভিছ ষ্টেচন নামৰ পেট্ৰ'ল পাম্পটো।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in