শেহতীয়া খবৰ
ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...  •  দিল্লী চৰকাৰলৈ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ পত্ৰ : ২ ঘন্টাৰ বাবে উপলব্ধ আছে অক্সিজেন...  •  কোভিডত আক্ৰান্ত হৈ বলিউদৰ সংগীত পৰিচালক শ্ৰৱণ ৰাথোডৰ মৃত্যু...  •  কোভিডত আক্ৰান্ত হৈ বলিউদৰ সংগীত পৰিচালক শ্ৰৱণ ৰাথোডৰ মৃত্যু...

মই টিকেট নোপোৱা কোনো কাৰণ নাই : ৰামকান্ত দেউৰী

268

ডিজিটেল সংবাদ,মৰিগাওঁ : বিজেপি চুড়ান্ত তালিকা ঘোষণা দিল্লীয়ে কৰিব কিছু সময়ৰ পিছত। ইতিমধ্যে ৰূদ্ধদ্বাৰ বৈঠকত মিলিত হৈছে বিজেপি কেন্দ্ৰীয় নেতৃত্ব। তাৰ প্ৰাক মুহূৰ্তত মৰিগাঁৱত ৰামকান্ত দেউৰীয়ে নিশ্চিত কৰিলে নিজৰ প্ৰাৰ্থীত্ব।

বিজেপিৰ টিকট লৈ মাৰ্চৰ ১০ তাৰিখে মনোনয়ন দাখিল কৰিব বুলি মন্তব্য কৰে ৰামকান্ত দেউৰীয়ে। মনোনয়ন দাখিলৰ প্ৰস্তুতি হৈছে বুলি কয় দেউৰীয়ে।সমান্তৰাল ভাৱে ৰামকান্ত দেউৰীয়ে ঘোষণা কৰে যে বিজেপিত সকলোৱে টিকট বিচাৰিব পাৰে, মোৰ লৰাই টিকট বিচাৰিব পাৰে। ভগবান আছে গতিকে মই টিকট পামেই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি