মৰিগাঁৱত ৩ গৰাকী বাংলাদেশী মহিলাক আটক

মৰিগাঁৱত ৩ গৰাকী বাংলাদেশী মহিলাক আটক
  • বৃহস্পতিবাৰে মৰিগাঁৱত সীমান্ত আৰক্ষীয়ে আটক কৰে তিনিগৰাকী বিদেশী মহিলাক।
  • মৰিগাঁও ২নং বিদেশী ন্যায়ধীকৰণে বিদেশী বুলি ৰায়দান দিছিল তেওঁলোকক।
  • বিদেশী মহিলা কেইগৰাকীৰ এফ টি নং হল ৬৩/১৩।
  • মহিলা কেইগৰাকীৰ ঘৰ লাহৰীঘাটৰ জৰীবৰত।
  • তিনিওগৰাকী মহিলা ওচমান আলীৰ পত্নী।
  • মহিলা কেইগৰাকীৰ নাম ক্ৰমে আমেৰন নেচা,চাহেৰন নেচা আৰু ফাতেমা খাতুন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in