মৰিগাঁৱত ড্ৰাগছসহ তিনিজনক আটক…

মৰিগাঁৱত ড্ৰাগছসহ তিনিজনক আটক…

ডিজিটেল ডেস্কঃ মৰিগাঁৱৰ মিকিৰভেটা আৰক্ষীৰ বৃহৎ সাফল্য ৷ মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত শনিবাৰে নিশা চলা এক অভিযানত শিলপুখুৰীৰ পৰা প্ৰায় এক লক্ষাধিক টকাৰ মূল্যৰ হেৰইন সহ তিনিজন ব্যক্তিক আটক৷

ধৃত ব্যক্তিকেইজন হ'ল দিলদাৰ হুছেইন, চাদ্দাম মৰল আৰু ছাহাবুদ্দিন ৷ উল্লেখ যে দিলদাৰ হুছেইনে বিগত বহু বছৰ ধৰি ডিমাপুৰৰ পৰা নিসিদ্ধ হেৰইন যোগান ধৰি আহিছিল ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in