মৰিগাঁৱত আৰক্ষীৰ অভিযান, বৃহৎ পৰিমানৰ ড্ৰাগছ সহ আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী…

মৰিগাঁৱত আৰক্ষীৰ অভিযান, বৃহৎ পৰিমানৰ ড্ৰাগছ সহ আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী…
  • মৰিগাঁৱৰ মিকিৰভেটা আৰক্ষীৰ আৰু বড়িবজাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ।
  • ড্ৰাগছ সহ আটক তিনি কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক ।
  • বড়িবজাৰ তুমুকা বড়িত আৰক্ষীৰ অভিযানত জব্দ কৰে ড্ৰাগছ সহ ড্ৰাগছ সৰবৰাহকাৰী কেইটাক ।
  • এক গোপন খবৰৰ ভিত্তিত মিকিৰভেটা আৰক্ষীয়ে চলাইছিল এই অভিযান।
  • আটকাধীন কুখ্যাত এটা ড্ৰাগছ সৰবৰাহকাৰীৰ নাম হাৰুণ ৰছিদ ।
  • আন দুটাৰ নাম এতিয়ালৈকে জানিব পৰা হোৱা নাই ।
  • ড্ৰাগছ সৰবৰাহকাৰী কেইটাক ড্ৰাগছ সহ মিকিৰভেটা থানা লৈ জয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in