নেলী আৰক্ষীৰ অভিযানত ৪ লাখ টকা মূল্যৰ আগৰ, মাৰুটি বাহনসহ আটক ৪জন…

নেলী আৰক্ষীৰ অভিযানত ৪ লাখ টকা মূল্যৰ আগৰ, মাৰুটি বাহনসহ আটক ৪জন…
  • মৰিগাঁও জিলাৰ নেলী আৰক্ষীৰ অভিযান।
  • অভিযানত বৃহৎ পৰিমাণৰ আগৰ জব্দ।
  • শিলচৰৰ পৰা হোঁজাইলৈ চোৰাং ভাৱে সৰবৰাহ কৰোতে জব্দ কৰে নেলী আৰক্ষীয়ে|
  • এখন এএছ-০১-ডব্লিউ-৭৫৯৮ মাৰুতি কাৰ বাহনসহ আগৰ সৰবৰাহ কৰা ৪জনক আটক কৰা হৈছে।
  • আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চলাইছিল অভিযান।
  • আটক কৰা লোককেইজনৰ নাম ইমৰান হুছেইন, আবুল হুছেইন, ওচমান আলী আৰু ইকবাল হুছেইন।
  • জব্দকৃত আগৰখিনিৰ মূল্য প্ৰায় ৪লাখ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in