শনিবাৰৰ পৰা দুসপ্তাহলৈ ডিমা হাচাওত সম্পূৰ্ণ লকডাউন ঘোষণা…

শনিবাৰৰ পৰা দুসপ্তাহলৈ ডিমা হাচাওত সম্পূৰ্ণ লকডাউন ঘোষণা…
  • ডিমা হাচাওত শনিবাৰৰ পৰা দুসপ্তাহৰ বাবে লকডাউন।
  • আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ মুঠ ৮জন লোকৰ দেহত ধৰা পৰিছিল কোভিড-১৯।
  • ডিমা হাচাও স্বায়িত্ত শাসিত পৰিষদৰ লগতে জিলা প্ৰশাসনে গ্ৰহণ কৰিলে এই সিদ্ধান্ত।
  • আক্ৰান্ত হোৱা এই স্বাস্থ্য আৰু আৰক্ষীৰ লোক কেইজনৰ নাছিল কোনো ট্ৰেভেল হিষ্টৰী।
  • গণ সংক্ৰমণ হোৱাৰ শংকাত এই সিদ্ধান্ত লোৱা হৈছে ডিমা হাচাওত।
  • লকডাউনৰ সময়চোৱাত কেৱল মুকলি থাকিব অত্যাৱশ্যকীয় সেৱা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in