মধ্যাহ্ন ভোজনৰ পিছতে অসুস্থ ছাত্ৰ-ছাত্ৰী, ৬০ গৰাকীক চিকিৎসালয়ত ভৰ্তি

মধ্যাহ্ন ভোজনৰ পিছতে অসুস্থ ছাত্ৰ-ছাত্ৰী, ৬০ গৰাকীক চিকিৎসালয়ত ভৰ্তি
  • কৰ্ণাটকৰ চিত্ৰদুৰ্গাত বিদ্যালয়ত মধ্যাহ্ন ভোজন খাই অসুস্থ অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী।
  • এখন প্ৰথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজন খোৱাৰ পিছতে অসুস্থ হৈ পৰে শিশু ছাত্ৰ-ছাত্ৰীসকল।
  • ৬০ গৰাকী ছাত্ৰ-ছাত্ৰীক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।
  • মধ্যাহ্ন ভোজনৰ পিছতে পেটৰ বিষ আৰু বমি হ'বলৈ ধৰে ছাত্ৰ-ছাত্ৰীসকলৰ।
  • বিদ্যালয়খনত পঁচা খাদ্য ছাত্ৰ-ছাত্ৰীসকলক খাবলৈ দিয়াৰ অভিযোগ অভিভাৱকসকলৰ।
  • ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে চিত্ৰদুৰ্গা প্ৰশাসনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in