ভাৰতৰ কোনখন ৰাজ্যত একে সপ্তাহতে বজ্ৰপাতৰ ফলত মৃত্যু হ’ল ১০০জনৰো অধিক লোকৰ…

ভাৰতৰ কোনখন ৰাজ্যত একে সপ্তাহতে বজ্ৰপাতৰ ফলত মৃত্যু হ’ল ১০০জনৰো অধিক লোকৰ…
  • বিহাৰত বজ্ৰপাতৰ ফলত ১৮জন লোকৰ মৃত্যু।
  • ৫ খন জিলাত এইসকল লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
  • ইয়াৰে ভোজপুৰ আৰু সৰণ জিলাত সৰ্বাধিক ৪জনকৈ লোকৰ মৃত্যু হৈছে।
  • কেবাজনো লোকৰ মৃত্যু হোৱা আন ৩ খন জিলা হৈছে কাইমোৰ, পাটনা আৰু বুখাৰ।
  • ইফালে শুকুৰবাৰেও ৰাজ্যখনৰ আন ৫ খন জিলাত ৮জন লোকৰ মৃত্যু হৈছিল।
  • মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বজ্ৰপাতৰ ফলত নিহত হোৱা লোকসকলৰ প্ৰতিজনৰে পৰিয়াললৈ ৪ লাখকৈ টকা দিয়াৰ কথা সদৰি কৰিছে।
  • যোৱা এসপ্তাহত ৰাজ্যখনত বজ্ৰপাতৰ ফলত ১০০ জনৰো অধিক লোকৰ মৃত্যু হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in