শেহতীয়া খবৰ
পুনৰ ২৮৮৬জনৰ দেহত কোভিড-১৯ঃ ৫৫০জন কামৰূপ মেট্ৰৰ, ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৪৮,১৬১লৈ বৃদ্ধি...  •  গোৱালপাৰাত ৫ শতাধিকৰ ঘৰ অতিক্ৰম কৰিলে কোভিড-১৯ত আক্ৰান্ত ৰোগীয়ে, অদ্যাপি ৩২০ গৰাকী ৰোগী কোৰোনামুক্ত...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু...  •  পানীখাইতিত পঞ্চ আৰু চয়াবিন ফেক্টৰীত ভয়ানক অগ্নিকাণ্ড...VIDEO  •  আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি...  •  আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু...  •  কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ...  •  দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ...  •  ছীজল আগৰৱালাসহ ৰাজ্যৰ ৫জন উত্তীৰ্ণ ইউপিএছচিত...VIDEO  •  তলাবন্ধ চিৰিয়াখানাত দৰ্শকৰ অনুপস্থিতিত এয়া কি চলিছে...

ভাৰতৰ কোনখন ৰাজ্যত একে সপ্তাহতে বজ্ৰপাতৰ ফলত মৃত্যু হ’ল ১০০জনৰো অধিক লোকৰ…

347
  • বিহাৰত বজ্ৰপাতৰ ফলত ১৮জন লোকৰ মৃত্যু।
  • ৫ খন জিলাত এইসকল লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
  • ইয়াৰে ভোজপুৰ আৰু সৰণ জিলাত সৰ্বাধিক ৪জনকৈ লোকৰ মৃত্যু হৈছে।
  • কেবাজনো লোকৰ মৃত্যু হোৱা আন ৩ খন জিলা হৈছে কাইমোৰ, পাটনা আৰু বুখাৰ।
  • ইফালে শুকুৰবাৰেও ৰাজ্যখনৰ আন ৫ খন জিলাত ৮জন লোকৰ মৃত্যু হৈছিল।
  • মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বজ্ৰপাতৰ ফলত নিহত হোৱা লোকসকলৰ প্ৰতিজনৰে পৰিয়াললৈ ৪ লাখকৈ টকা দিয়াৰ কথা সদৰি কৰিছে।
  • যোৱা এসপ্তাহত ৰাজ্যখনত বজ্ৰপাতৰ ফলত ১০০ জনৰো অধিক লোকৰ মৃত্যু হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি