সীমান্তত পাক সেনাৰ ধাৰাসাৰ গুলীবৰ্ষণ..

সীমান্তত পাক সেনাৰ ধাৰাসাৰ গুলীবৰ্ষণ..
  • অশান্ত জম্মু-কাশ্মীৰ।
  • পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন।
  • কৃষ্ণা ঘাটি চেক্টৰত পাক সেনাৰ ধাৰাসাৰ গুলীবৰ্ষণ।
  • দিনৰ ১১ বজাত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা।
  • হতাহত হোৱা নাই কোনো লোক।
  • ভাৰতীয় সেনাইও দিয়ে প্ৰত্যুত্তৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in